|
作词 : Swaraj Priyo |
|
作曲 : Kabyashree Bora |
|
পাৰাপাৰহীন সময়ৰ ধাৰাসাৰ বুজনি,
|
|
নেওচি কি সতে বেজাৰলে দিওঁ হাত মেলি ?
|
|
আজিৰ বোকোচাত ফুচুলাই হাঁহি;
|
|
থাকিব যদি পাৰা উমলি,
|
|
সাজি জলঙা সুখৰ অকণমানি;
|
|
সাঁচিব যদি পাৰা স্মৃতি,
|
|
সাঁচি থোৱা,
|
|
স্মৃতি সঁচা,
|
|
স্মৃতি সঁচা-মিছাৰ বাহিৰৰ
|
|
|
|
একোকে নাথাকে ৰৈ,
|
|
খহি যায় সুখৰে ঢৌ,
|
|
একোকে নাথাকে বৈ,
|
|
শুকায় দুখৰো নৈ,
|
|
|
|
এদিন জীৱনৰ শেষত
|
|
জুমি চালেহে বুজিবা,
|
|
এদিন সমাধিৰ বুকুত
|
|
কাণ পাতি শুনিবা
|
|
|
|
সকলো উশাহ,
|
|
সকলো সপোন,
|
|
সকলো মানুহে
|
|
মেলানি মগাৰ পিছত
|
|
ৰৈ যায় মাথোঁ স্মৃতি..
|
|
ৰৈ যায় মাথোঁ স্মৃতি..
|
|
|
|
সাজি জলঙা সুখৰ অকণমানি
|
|
সাঁচিব যদি পাৰা স্মৃতি,
|
|
সাঁচি থোৱা,
|
|
স্মৃতি সঁচা,
|
|
স্মৃতি সঁচা-মিছাৰ বাহিৰৰ
|
|
সাঁচি থোৱা,
|
|
স্মৃতি সঁচা,
|
|
স্মৃতি সঁচা-মিছাৰ বাহিৰৰ |