Lahi Pahi

Lahi Pahi Lyrics

Song Lahi Pahi
Artist Zubeen Garg
Artist Shilpisikha
Album Lahi Pahi
Download Image LRC TXT
作词 : Kumaresh Kaushik
作曲 : Kumaresh Kaushik/Prasanta Saikia
লাহি পাহী তোমাৰ দুগালত
চুমা আকিম উমাল পৰশত
মনে মনে তোমাৰ উশাহত
বিলিন হ'ম প্ৰতি পলকত
পলাশৰ ৰ'ঙ সানি লোৱা
বুকুত হেজাৰ সপোন সজোৱা
দুচকুত আহি মোৰ কিনো চোৱা
দুবাহুৰ মাজতে ৰৈ যোৱা
ও ও ও....
সপোন সামৰি তুমি
দিঠক হৈ আহা দুপাখি মেলি
হিয়াৰ কাৰেঙ খনিত
সিচিলা মৰম এধানি
শুকুলা দাৱৰৰ ফুল বুতলি
নীলাকৈ আকাশত ফুলিবা তুমি
ও ও ও.....
আপোন আপোন কৰি
উদাশীন মন মোৰ নিলা উজাৰি
নিশাৰ মৰুভুমিত
জোনাকৰ বৰষুণ হোলা তুমি
ৰ'দৰে আখৰেৰে লিখা তুমি
আমাৰে জীৱন জোৰা কাহিনী
ও ও ও..
zuo ci : Kumaresh Kaushik
zuo qu : Kumaresh Kaushik Prasanta Saikia
'
'
. . . .
. . . . .
'
. .
zuò cí : Kumaresh Kaushik
zuò qǔ : Kumaresh Kaushik Prasanta Saikia
'
'
. . . .
. . . . .
'
. .
Lahi Pahi Lyrics
YouTube Results (More on YouTube)