|
ৰঙে গুলজাৰ আশাৰে জোৱাৰ |
|
বুকুতে তুমি বাৰে বাৰ... |
|
যুগে যুগে বৈ |
|
উজোলিবো ৰওক |
|
প্ৰণয় কাহিনী আমাৰ |
|
তুমি মোৰ... মোৰ বুলি কওঁ |
|
কাণে কাণে পখিলাবোৰক |
|
জোনাকৰে তৰাবোৰক |
|
যাওঁ... তুমি যোৱা বাটে |
|
নানা অজুহাতে |
|
ঠিকনা সপোনৰ তোমাতেই |
|
তুমি... আবেলিৰে ছাঁ হৈ |
|
বুকুতে ৰোৱানা ঐ |
|
ঠিকনা সপোনৰ তোমাতেই |
|
যাওঁ... তুমি যোৱা বাটে |
|
নানা অজুহাতে |
|
ঠিকনা সপোনৰ তোমাতেই |
|
তুমি... আবেলিৰে ছাঁ হৈ |
|
বুকুতে ৰোৱানা ঐ |
|
ঠিকনা সপোনৰ তোমাতেই |
|
তুমি কাষত ৰলে |
|
মোৰে হেঁপাহৰে অনুৰণত |
|
শুনা পাওঁ |
|
তোমাৰ অভিমান ভাঙতে |
|
প্ৰেমৰে ব্য়াকৰণ পাহৰি যাওঁ |
|
তোমাৰ মৰম মোৰ চাৰিসীমা |
|
পৰিধি তুমি মোৰ |
|
তোমাকে লৈ জীৱনৰ বালিভেটা |
|
ধেমালিতো নহবা... তুমি দূৰ |
|
যাওঁ... তুমি যোৱা বাটে |
|
নানা অজুহাতে |
|
ঠিকনা সপোনৰ তোমাতেই |
|
তুমি... আবেলিৰে ছাঁ হৈ |
|
বুকুতে ৰোৱানা ঐ |
|
ঠিকনা সপোনৰ তোমাতেই |
|
ৰঙে গুলজাৰ আশাৰে জোৱাৰ |
|
বুকুতে তুমি বাৰে বাৰ... |
|
তুমি নহলে নিজৰে পৰিচয় |
|
বিচাৰিচোন মই নাপাওঁ |
|
তুমি বিনি মই |
|
চিনাকী পৃথিৱীখন বিচাৰিচোন |
|
কতো নেপাওঁ |
|
তোমাৰ মৰম মোৰ চাৰিসীমা |
|
পৰিধি তুমি মোৰ |
|
তোমাকে লৈ জীৱনৰ বালিভেটা |
|
ধেমালিতো নহবা... তুমি দূৰ |
|
যাওঁ... তুমি যোৱা বাটে |
|
নানা অজুহাতে |
|
ঠিকনা সপোনৰ তোমাতেই |
|
তুমি... আবেলিৰে ছাঁ হৈ |
|
বুকুতে ৰোৱানা ঐ |
|
ঠিকনা সপোনৰ তোমাতেই |
|
ৰঙে গুলজাৰ আশাৰে জোৱাৰ |
|
বুকুতে তুমি বাৰে বাৰ... |
|
যুগে যুগে বৈ |
|
উজোলিবো ৰওক |
|
প্ৰণয় কাহিনী আমাৰ |
|
তুমি মোৰ... মোৰ বুলি কওঁ |
|
কাণে কাণে পখিলাবোৰক |
|
জোনাকৰে তৰাবোৰক |
|
যাওঁ... তুমি যোৱা বাটে |
|
নানা অজুহাতে |
|
ঠিকনা সপোনৰ তোমাতেই |
|
তুমি... আবেলিৰে ছাঁ হৈ |
|
বুকুতে ৰোৱানা ঐ |
|
ঠিকনা সপোনৰ তোমাতেই |
|
যাওঁ... তুমি যোৱা বাটে |
|
নানা অজুহাতে |
|
ঠিকনা সপোনৰ তোমাতেই |
|
তুমি... আবেলিৰে ছাঁ হৈ |
|
বুকুতে ৰোৱানা ঐ |
|
ঠিকনা সপোনৰ তোমাতে।। |