[00:22.73] উভতি আজি কিনো হেঁপাহেৰে [00:28.33] মচি সজাওঁ বাট! [00:34.14] বিচাৰি আহি কিনো আৱেগেৰে [00:39.67] আঁকি সলাওঁ সাজ! [00:45.55] মিছা ভাষাত বিচাৰি ফুৰিলোঁ প্ৰেৰণা [00:48.29] তুমিতো নাছিলা বুজিবলে' হতাশা [00:51.08] দ্বিধা অপাৰ গচকি গঢ়িলোঁ ভৰসা [00:53.63] মৰীচিকা সাৱটি ভাবিলোঁ ঠিকনা [00:56.66] কোনেনো সুধিছে কিমান বিষাদ উশাহত? [01:02.40] কোনেনো বুজিছে কিমান বেদনা পলাশৰ? [01:07.07] আহি তুলি নধৰিবাঁ [01:09.38] খহি খহি এতিয়া সহজ [01:12.41] আহি হাতো নেমেলিবাঁ [01:14.77] ভাঙি ভাঙি গঢ়িছোঁ নিজক [01:18.43] [01:41.90] উভতি আজি কিনো হেঁপাহেৰে [01:47.35] মচি সজাওঁ বাট! [01:53.14] বিচাৰি আহি কিনো আৱেগেৰে [01:58.85] আঁকি সলাওঁ সাজ! [02:02.84] [02:15.67] বিৰিঙি গুচি গ'ল যি কথা, লিখিলোঁ বুকুত [02:18.97] সৰকি হেৰাই গ'ল যি কথা [02:21.34] সাঁচিলোঁ চকুত, নদীৰ আৱাহনে [02:23.98] মাতি নিলে, কোনে জানিছিল মায়া! [02:26.97] এতিয়া পোহৰে আকাশ সলালে [02:29.48] এন্ধাৰ চিনাকি ভাষা [02:32.83] এতিয়া বুকুৱে নাহাঁহে-নাকান্দে [02:35.13] এলাগী কৰি বেথা [02:37.38] আহি তুলি নধৰিবাঁ [02:39.67] খহি খহি এতিয়া সহজ [02:42.82] আহি হাতো নেমেলিবাঁ [02:45.17] ভাঙি ভাঙি গঢ়িছোঁ নিজক [02:48.58] [03:12.32] উভতি আজি কিনো হেঁপাহেৰে [03:17.76] মচি সজাওঁ বাট! [03:23.50] বিচাৰি আহি কিনো আৱেগেৰে [03:29.17] আঁকি সলাওঁ সাজ! [03:34.13]