[00:45.81] জীৱন এখনি মায়াময় জীৱনী [00:53.77] মৰম মায়াৰে এটি কাহিনী [01:09.68] জীৱন এখনি মায়াময় জীৱনী [01:16.53] মৰম মায়াৰে এটি কাহিনী [01:24.35] জীৱনে কয় কাহানিবা [01:28.37] হাঁহিবোৰ লুকুৱাই থোৱা [01:32.54] মৰমে কয় কেতিয়াবা [01:36.81] চকুলোত তিতিছে হিয়া [01:40.50] সুখ দুখৰ ছবি আঁকি যায় [01:44.00] জীৱনৰ আঁচলত লুকাই [01:47.43] অ' মায়া কি যে মায় [01:54.81] জীৱন মায়াৰে খেলা [01:59.25] অ' মায়া কি যে মায়া [02:07.10] মৰম মায়াৰে মেলা [02:42.24] অ' মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাও [02:50.77] অ' মায়াৰে সাৰথি লৈ [02:55.01] আশাৰে বঠা বাই যাওঁ [03:06.36] অ' মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাও [03:13.59] অ' মায়াৰে সাৰথি লৈ [03:17.72] আশাৰে বঠা বাই যাওঁ [03:21.73] জীৱনে কয় কাহানিবা [03:25.28] হাঁহিবোৰ লুকুৱাই থোৱা [03:29.34] মৰমে কয় কেতিয়াবা [03:33.28] চকুলোত তিতিছে হিয়া [03:37.28] সুখ দুখৰ ছবি আঁকি যায় [03:41.30] জীৱনৰ আঁচলত লুকাই [03:44.63] অ' মায়া কিযে মায়া [03:51.78] জীৱন মায়াৰে খেলা [03:56.08] অ' মায়া কিযে মায়া [04:03.66] মৰম মায়াৰে মেলা [04:27.81] অ' মন পখী যায় উৰি [04:48.23] মায়াৰে ডেউকা মেলি [04:52.28] হেঁপাহক সাৱটি [04:56.01] নিজৰে ছাঁয়া বিচাৰি [05:08.14] অ' মন পখী যায় উৰি [05:11.87] মায়াৰে ডেউকা মেলি [05:15.42] হেঁপাহক সাৱটি [05:19.19] নিজৰে ছাঁয়া বিচাৰি [05:22.99] জীৱনে কয় কাহানিবা [05:26.17] হাঁহিবোৰ লুকুৱাই থোৱা [05:30.71] মৰমে কয় কেতিয়াবা [05:34.17] চকুলোত তিতিছে হিয়া [05:37.92] সুখ দুখৰ ছবি আঁকি যায় [05:42.11] জীৱনৰ আঁচলত লুকাই [05:45.59] অ' মায়া কিযে মায়া [05:53.11] জীৱন মায়াৰে খেলা [05:57.17] অ' মায়া কিযে মায়া [06:04.27] মৰম মায়াৰে খেলা [06:12.91]